Rafiqul Islam - ৰফিকুল ইছলাম

Rafiqul Islam - ৰফিকুল ইছলাম

Share

General Secretary
(Administrative)
Muslim Students Union of Assam
(MSUA)
Central Committee

Photos from Rafiqul Islam - ৰফিকুল ইছলাম's post 09/06/2026

আজি তামুলপুৰ জিলাৰ ৰৌমাৰী গাৱঁৰ এজন বিশিষ্ট সমাজ কৰ্মী
হাফিজ সুৰুজ আলী ডাঙৰীয়াক মুছলিম ছাত্ৰ সন্থা, অসম [মুছা'ৰ]
কেন্দ্ৰীয় সমিতিৰ #উপ-সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হয়।
[মুছা’ৰ] সংবিধান মতে এই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি
যাব বুলি আন্তৰিকতাৰে আশা ৰাখিছোঁ।

28/05/2026

সকলোকে পৱিত্ৰ ঈদ-উল-আজহা ৰ আন্তৰিক শুভেচ্ছা।

15/04/2026

03/03/2026

Happy Holi to all of you.

10/02/2026

BEST WISHES TO ALL HSLC & HS Candidates 💐

03/02/2026

সকলোকে পৱিত্ৰ শ্ববে-বৰাতৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।

30/01/2026

জাতিৰ পিতা মহামানৱ, অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ দেৱৰ
পূণ্যতিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

27/01/2026

জগন্নাথ আৰু কেদাৰনাথত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধৰ
আঁচল ৰহস্য খোল খালে —

প্ৰতিক মিশ্ৰা নামৰ এই গৰাকী ব্ৰাহ্মণ যুৱকে চৰফৰাজ আহমেদৰ
নামেৰে জি মেইল আৰু ফেচবুক একাউণ্ট খুলি পৰিকল্পনা মতে
তেওঁৰ প্ৰফাইল ফটোত চিনাকী মুছলমান বন্ধুৰ ফটো ব্যৱহাৰ কৰি
জগন্নাথ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে।
আৰক্ষীৰ সঠিক তদন্ততহে আঁচল জোলোঙাৰ মেকুৰি উলাই পৰে।

27/01/2026

दहाय बोराइ बाथौ।

বড়ো ভাই-ভনীসকলৰ পৱিত্ৰ উৎসৱ বাথৌ পূজাৰ
আন্তৰিক শুভেচ্ছা যাচিলোঁ।

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Website

Address

Barpeta
781352