আজি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ৭.২০ লাখ টকা ব্যয়সাপেক্ষে হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত "PWD Road ৰ পৰা Ramuzuddin Ahmed ৰ ঘৰলৈ" যোৱা পথটোৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱে।।
Prakash Das
অসম গণ পৰিষদ - Asom Gana Parishad -AGP BJP Assam Pradesh Atul Bora অতুল বৰা Himanta Biswa Sarma
Prakash Das Fan Club Hajo-Sualkuchi
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prakash Das Fan Club Hajo-Sualkuchi, Social service, hajo, Guwahati.
৩০ নং হাজো-শুৱালকুছি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জনপ্ৰিয় শক্তিশালী যুৱনেতা প্ৰকাশ চন্দ্ৰ দাসক আমি হাজো-শুৱালকুছিবাসিয়ে দিছপুৰ বিধান সভাৰ মজিয়াত পঠিয়াবলৈ দৃঢ় সংকল্প লৈছো।
09/06/2026
যোৱাকালি সন্ধিয়া হাজো শুৱালকুছি সমষ্টিৰ হাজোৰ বিষ্ণুপুৰ নদীপাৰ অঞ্চলত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত স্থানীয় বাসিন্দা মনোজ দাস দেৱৰ বাসগৃহ ভস্মীভূত হৈ পৰে।।
ই-ৰিক্সা চলাই দিন হাজিৰা কৰা মনোজ দাস দেৱৰ পৰিয়ালটোৰ এই দুখৰ সময়ছোৱাত তেখেতসকলৰ সমভাগী হ'বলৈ হাজো শুৱালকুছি সমষ্টিৰ মানৱদৰদী বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে।। ধন্যবাদ প্ৰকাশ দাস ডাঙৰীয়া 🙏🙏
Prakash Das
Himanta Biswa Sarma
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Atul Bora অতুল বৰা
CMO Assam
দুৰ্নীতিৰ লগত জড়িত বিষয়া সকল সাৱধান হওক।। অতি শীঘ্ৰে দুৰ্নীতি বন্ধ কৰক।। Prakash Das Zindabad ✊❤️
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Guwahati
781102
