DIPRO, Barpeta Jansanyog

DIPRO, Barpeta Jansanyog

Share

This is a official page of Office of the District Information and Public Relations Officer Barpeta.

Please follow for authentic and relevant information about various Government Schemes and updates from the district.

Photos from DIPRO, Barpeta Jansanyog's post 17/06/2023

Today's headlines. District Administration, Dhemaji Directorate of Information and Public Relations, Assam

Photos from DIPRO, Barpeta Jansanyog's post 17/06/2023

Today's headlines. District Administration, Dhemaji Directorate of Information & Public Relations

Photos from DIPRO, Barpeta Jansanyog's post 09/04/2023

Hon'ble Guardian Minister cm Minister for Labour and Tea Tribe welfare Assam Sri Sanjay Krishan visiting Batgharia SHC, Dhemaji district yesterday as an External evaluator in view of the Health Festival. Directorate of Information & Public Relations District Administration, Dhemaji

Photos from DIPRO, Barpeta Jansanyog's post 09/04/2023

*ধেমাজিত ৪ শতাধিক বিহুৱা-বিহুৱতীৰ বিশ্ব অভিলেখৰ বিশেষ আখৰা*

*এই অনুষ্ঠানত অংশ লোৱাটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয়: মন্ত্ৰী সঞ্জয় কিশান*। ধেমাজি, ৮ এপ্ৰিল: অহা ১৪ এপ্ৰিলত গুৱাহাটীত গীনিজ বিশ্ব অভিলেখ গঢ়াৰ বাবে আয়োজিত বিহুনাচৰ অনুষ্ঠানত অংশ ল'বলগীয়া ধেমাজি জিলাৰ বিহুৱা -বিহুৱতী সকলক জিলাখনৰ সুনাম অক্ষুন্ন ৰখাৰ বাবে আহ্বান জনাইছে শ্ৰমিক আৰু চাহ জনগোষ্ঠী কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিশানে। আজি ধেমাজিৰ কাছাৰী ময়দানত চাৰি শতাধিক বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বিহু নাচৰ প্ৰস্তুতিমূলক এটি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ অভিভাৱক মন্ত্ৰীজনে কয় যে, বিহু নাচৰ লগতে অসমীয়া কৃষ্টি সংস্কৃতিত ধেমাজি জিলাৰ এটি বিশেষ সুনাম আছে। এই সুনাম ৰক্ষা কৰি প্ৰতিগৰাকী বিহুৱা-বিহুৱতীকে নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ তেওঁ আহ্বান জনায়। অহা ১০ এপ্ৰিলত গুৱাহাটী অভিমুখে ৰাওনা হ'বলগীয়া বিহুৱা -বিহুৱতী সকলে মহানগৰীত থকা সময়চোৱাত নিয়ম-শৃংখলা মানি সজ আচৰণ কৰিবলৈকো তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁৰ মতে বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ এই প্ৰয়াসৰ অংশীদাৰ হ'বলৈ পোৱাটো প্ৰতিজন অংশগ্ৰহণকাৰীৰ বাবে গৌৰৱৰ বিষয়। জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে আঁতধৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত পল্লবী ফুকন, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, বিজেপিৰ জিলা সভাপতি প্ৰেম দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে যে, অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ১০ সহস্ৰাধিক বিহুৱতীৰ অংশগ্ৰহণেৰে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাব লগীয়া বিহুনাচৰ অনুষ্ঠানত ধেমাজি জিলাৰ মুঠ ৪০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। তাৰবাবে পাচঁ শতাংশ অতিৰিক্ত হিচাপত ৪১৮ গৰাকী নিৰ্বাচিত পুৰুষ-মহিলাক পাচঁদিনীয়া বিশেষ প্ৰশিক্ষণেৰে সাজু কৰি তোলা হৈছে। আজি সেই সকলে ধেমাজি কাছাৰী ময়দানত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰে ১২৩ জন পুৰুষ আৰু ২৯৫ গৰাকী মহিলা। পুৰুষসকলৰ ভিতৰত ঢুলীয়া ৮৪ জন, পেপুৱা ১৯ জন আৰু ২০ জনে তাল বজোৱাত অংশ লৈছে। মহিলাৰ নাচনি ২৪৭ গৰাকী আৰু গগণা আৰু তকা বজাইছে যথাক্ৰমে ৩০ আৰু ১৮ গৰাকীয়ে। Directorate of Information & Public Relations District Administration, Dhemaji

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Barpeta
781301