Zen Da Axom

Zen Da Axom

Share

Lifestyle, Travel, Vlogs, Any Promotion, Help Poor People.

20/06/2026
20/06/2026

আচলে এই ভিডিঅ তে এমণ কি আছে।4.6M ভিউজ...See More

20/06/2026

আৰক্ষী হৈয়ে আৰক্ষীৰ চালান কাটলো আৰক্ষীয়ে, হেলমেট ছাৰা বাইক চালিয়ে যাঁচিলো এক আৰক্ষী দেখোঁ তাৰ পৰ কি হয়।

20/06/2026

বিদ্যালয়ৰ ইউনিফর্মক লৈ ডাঙৰ খবৰ!

SCHOOL

শিক্ষার্থী-অভিভাৱক সকলৰ বাৰে সুখবৰ

এতিয়াৰে পৰা

নিজৰ পছন্দৰ কাপোৰ

পিন্ধিয়েই বিদ্যালয়লৈ যাব পাৰিব শিক্ষার্থীসকল।

এই সন্দর্ভত ইতিমধ্যে আহি পৰিছে বিদ্যালয় পৰিদৰ্শকৰ এক গুরুত্বপূর্ণ নির্দেশনা।

সকলোঁ বিদ্যালয়ত তাৎক্ষণিক প্ৰভাবত কাৰ্যকৰ হ'ব এই নিৰেশনা।

শিক্ষাৰ্থীৰ সুবিধার্থে

এইটোৱেই ঐতিহাসিক পদক্ষেপ।

19/06/2026

হয়, সত্য বাদী চোৰে সঁচা কথা কৈছে।

19/06/2026

Comrades Never Die,
জুবিন গাৰ্গৰ এই ফটো খন চৰকাৰী স্থানৰ পৰা মচি পেলোৱাক লৈ আজি বহু বিতৰ্কৰ সৃষ্টি হৈছে।হাজাৰ হাজাৰ জুবিন অনুৰাগী গুৱাহাটীৰ ৰাজপথত ওলাই আহিছে আৰু গণেশগুৰিৰ সেই একেই চৰকাৰী স্থানত আকৌ এই ফটো খন পুনৰ অংকন কৰা হৈছে।

গুৱাহাটীত এতিয়াও বহু ব্যক্তিৰ এই ধৰণৰ বহু ব্যক্তিগত স্থান আছে যত এই ফটো খন দিয়াৰ ব্যৱস্থা কৰিব পাৰে আৰু কৰিবও লাগে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ।

জুবিন গাৰ্গৰ ন্যায় যুদ্ধৰ লগতে আমি এই কৰ্মৰ জৰিয়তেও জুবিন গাৰ্গৰ স্মৃতি সদায় সজীৱ কৰি ৰাখিব লাগিব।

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Barpeta