Sadda Haq

Sadda Haq

Share

an initiative for women empowerment

23/12/2020

সৰুৰে পৰা s*x education সকলোকে দিয়া হয়(class 8,9,10ৰ পৰা)। তথাপিও আমি s*x শব্দটো ডাঙৰকৈ ক'বলৈ লাজ কৰোঁ। condom অথবা যৌন ৰোধী বস্তুৰ নাম ক'বলৈ লাজ কৰো অথচ মদ, চিগাৰেট, গোটখা এইবোৰৰ কথা সহজকৈ ক'ব পাৰো! কিয়!

মাহেকীয়া (periods) ৰ কথা সকলোৱে জানে, কিন্তু চেনিটাৰী পেডচ কিমানজন পুৰুষে সহজভাৱে কিনিব পাৰে? কিমানজন মানুহে ঋতুশ্ৰাৱৰ কথা সাধাৰণভাৱে কৈ পেলায়!
কিন্তু সেই তেজেৰেই যেতিয়া এসময়ত নতুন জীৱন এটাৰ সৃষ্টি হয়, মিঠাই খুৱায় সকলোকে!

কাৰোবাৰ ঘৰত মানুহজনীৰ অসুস্থতাৰ বাবে মানুহজনে কাপোৰ কেইটা মেলিলে, ওচৰ চুবুৰীয়াই মাইকী তলতীয়া বুলি কৈ দিলে,
কাৰোবাৰ ঘৰত গিৰিয়েকে মদ খাই আহি মানুহজনীক অত্যচাৰ কৰিছে, সেইয়া সিহঁতৰ ঘৰুৱা সমস্যা হৈ পৰে?

কাৰোবাৰ বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ কলে একো নাই।
কিন্তু লৰা বা ছোৱালীজনী সমকামীতা হ'লে লেই লেই চেই চেই!

এজন পুৰুষে বেশ্যালয়ত গৈ কামনা বাসনা পূৰণ কৰি আহিলে কোনেও গমো নাপায়।
ছোৱালী এজনীৰ পুৰণা প্ৰেমিকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি চৰিত্ৰৰ বিচাৰ লোৱা হয়!

আমি এনেকুৱা এখন সমাজৰ বাসিন্দা য'ত ছোৱালী এজনীৰ ঘৰলৈ কোন গৈছে কোন নাই যোৱা এইবোৰৰ হিচাপ ৰখা হয়,
কিন্তু ৰাস্তাত এজনী ছোৱালীক ওপৰৰ পৰা তললৈ চোৱা মানুহৰ অভাৱ নাই !

শাৰীৰিকভাৱে ধৰ্ষণ হয় এজনী ছোৱালী, কষ্ট পাই তাইয়ে, জীৱন মৰণৰ সৈতে যুঁজে তাইয়ে আৰু জীৱনভৰ মানসিকভাৱে বুজা দিব তাইকে! ধৰ্ষণকাৰী কেইটাক যাৱদ জীৱন কাৰাদণ্ড দিব, তাতকৈ বেছি ফাচী কাঠত ওলমাই দিব। জীৱন শেষ, কষ্ট সিমানেই সিহঁতৰ! শাস্তি সিমানেই! ছোৱালীজনী যে কিমান যন্ত্ৰণাত মৰি যায় সেইয়া বিচাৰ কৰিছে! শৰীৰৰ এটা এটা অংগ ক্ষতি কৰাই নহয়, কাটি খুচি পেলাই দিছে, যেনেকে সৰু সৰু লৰা ছোৱালীৱে প্লাষ্টিকৰ পুতলাবোৰ ভাঙি পেলায়….. জীয়াই থাকিলেও মানসিকভাৱে মৰহি যাব, মাক দেউতাকে সমাজত মুখ উলিয়াব লাজ কৰিব, জীৱনটোত চেকা লাগিব, এজনী সাধাৰণ ছোৱালীৰ দৰে সপোন দেখাৰ অধিকাৰ হেৰুৱাই পেলাব.... বহুতেটো এতিয়া ন্যায়ৰ বাবে চিঞৰিব, মমবাতি জ্বলাই প্ৰতিবাদ কৰিব, কিন্তু ধৰ্ষণ হোৱা সেই ছোৱালীজনীক পত্নী ৰূপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পুৰুষ বহুত কম, প্ৰায় নগণ্য।

শুনিবলৈ বেয়া হলেও এটা কথাৰ স্বীকাৰ কৰিবই লাগিব যে আমি নিজে নিজৰ মানসিকতাৰ হত্যা কৰিছো, চচিয়েল মেডিয়াত cool হৈছা ঠিক আছে। কিন্তু সত্যতাবোৰক গ্ৰহণ কৰিব লাগে... ঢাকিব চেষ্টা কৰিলেই উদঙোৱাৰ উৎপাত বাঢ়ে।

© Parikrama Borah

30/11/2020

उस दिन ताला टूटेगा संविधान कि पेटी का
जिस दिन जिस्म छुआ जाएगा नेताओं की बेटी का

15/11/2020

अभी भी सब चुप ही रहेंगे

31/10/2020

Aap sabhi ko page like aur share karne ke liye isliye kaha ja raha hai, taaki zyada se zyada members hum jod sakey, batade isme humari koi niji fayeda nahi hai, ye pehal humne samaj ke tatha naarivadi ke hit me shuru kiya hai, aur hum apke zariye hi aapki aur dusro ki madad kar sakte hai, jitne log judenge, hum utna mazbooti se aage badh payenge!

Dhanyabaad!!

29/10/2020

'স্তন'
নারীদের স্তন দেখতে ভালো লাগে আপনার? আমারও লাগে। তারপরে একদিন দেখলাম এক তালপাতা ছাওয়া ঝুপড়ির লালমাটির দাওয়ায় বসে একজন মা তার বাচ্চাটাকে বুকের দুধ খাওয়াচ্ছে। তার উদোম বুক, গলা, কাঁধ। বাচ্চাটা চোঁক চোঁক করে শুকনো বুকের বোঁটাটা চুষেই যাচ্ছে। দুধই নেই তো খাবে কি? মা'ও বুঝছে সেটা। এক দৃষ্টিতে কোলের বাচ্চাটার দিকে তাকিয়ে আছে আর টস টস করে ঝরে পড়ছে চোখের জল, তারই শূণ্য বুকে। সেই জল ফোঁটায় ফোঁটায় গড়িয়ে গিয়ে ঢুকছে বাচ্চাটার মুখে। হাড় জিরজিরে বাচ্চাটা টেনেই যাচ্ছে চোঁক চোঁক চোঁক। আচ্ছা, ও কি ওর মায়ের ঐ চোখের জলটাকেই দুধ ভাবছে? কি জানি। ব্যাপারটা কেমন অদ্ভুত না? অভুক্ত মায়ের বুকের দুধ শুকিয়ে যায় কিন্তু চোখের জল শুকায় না।
আমি এখনো মেয়েদের স্তন দেখি, এখনও ভালো লাগে। শুধু নজরটা একটু পালটে গেছে। খালি মনে হয়, ওগুলো ভরা থাকুক। বয়েস অনুযায়ী যেমন দরকার তেমন পুষ্ট থাকুক। এই জগতের একটা বাচ্চারও যাতে মনে না হয়, দুধের স্বাদ চোখের জলের মতো নোনতা।

লিখেছেন - Joydeep Mukherjee

23/10/2020

While the maximum sentence for eve-teasing under Section 509 of the Indian Penal Code ("insulting the modesty of a woman") is sought to be enhanced from one year to seven years, the corresponding punishment for molestation under Section 354 IPC ("outraging the modesty of a woman") remains two years.

Want your business to be the top-listed Government Service in Delhi?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Delhi