24/07/2024
Madhumita Sarma
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhumita Sarma, Social service, Kahilipara, Guwahati., Gauhati.
24/07/2024
16/06/2024
15/06/2024
10/10/2023
All great and precious things are lonely.....!!!
29/05/2023
Proud to lead from the front …. VANDYA International School, in the name of my Father-in-law,Late Kailash Nath Sarma.
🙄🤩মই ঘৰত নাথাকিলে মোৰ সপোনৰ ঘৰখন এনেলাগে তাৰমানে...
11/03/2023
'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে বিভিন্ন ঠাইৰ ৰাইজ। অনেক গাঁৱৰ ৰাইজ একগোট হৈ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আজিৰ পৰা ২২৬ বছৰ আগেয়ে, ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
জাতি,ধৰ্ম,বৰ্ণ নিবিৰ্শেষে সৰ্বজনীনভাৱে উদযাপন কৰা শংকৰী কলা-কৃষ্টিৰ এনে ধৰ্মীয়-সাংস্কৃতিক ৰংগানুষ্ঠানত ২০২৩ বৰ্ষত শাহু মা মৃণালিনী দেবীৰ সৈতে উপস্থিত থকাৰ সৌভাগ্য হ'ল।
Madhumita Sarma
02/03/2023
বাৰেচহৰীয়া ভাওঁনাৰ প্ৰস্তুতিৰ পূৰ্বে তেওঁলোকৰ কৰ্মকৰ্তাসকলৰ সতে কিছু মুহূৰ্ত....
সাহিত্যিক মনোৰমা দেৱীৰ দেহাৱসানত...
Madhumita Sarma
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Contact the business
Telephone
Website
Address
Kahilipara, Guwahati.
Gauhati
781019
