17/06/2026
অসমৰ কৃষি,জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুছ হাজৰিকা ডাঙৰীয়াক ওপজা দিনৰ বহুত শুভেচ্ছা জনালোঁ । জনতাৰ বাবে, কৃষক ৰাইজৰ বাবে কাম কৰিবলৈ তেখেতক ভগৱানে শক্তি দিয়ক, তাকেই কামনা কৰিলোঁ ।
HM Pijush Hazarika
15/06/2026
পিয়াঁহৰ এগিলাচ নেমুৰ পানী 💧🍋🌿😊
12/06/2026
'পাৰৰ পাখিত গঠি দিলোঁ ফুলাম চিঠিখনি ...' এনে অনেক কালজয়ী গীতেৰে অসমীয়া সংগীতক সমৃদ্ধ কৰা বিহু সম্ৰাট খগেন মহন্ত দেৱৰ মৃত্যুতিথিত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । 🙏
11/06/2026
সফলভাৱে সম্পন্ন ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ। কান্ধত আঘাত পাইছিল খেলুৱৈগৰাকীয়ে। সম্পূৰ্ণ সুস্থ হৈ পুনৰ খেলপথাৰত সোনকালে দেখিম বুলি কামনা কৰিলোঁ ।
Riyan Parag Official