ASSAM STree Vendor ASSOciation
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ASSAM STree Vendor ASSOciation, Social service, Guwahati.
03/11/2024
অসমৰ সমৃদ্ধ ভাষিক ঐতিহ্য আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ উপলক্ষে সপ্তাহজোৰা উদযাপন হিচাপে ‘ভাষা গৌৰৱ সপ্তাহ’ আজিৰ পৰা আৰম্ভ হৈছে। এই সপ্তাহত অসমীয়াকে ধৰি ৰাজ্যত প্রচলিত জাতি-জনগোষ্ঠীসমূহে তেওঁলোকৰ ভাষাৰ উদযাপন কৰিব আৰু ইয়াক সংৰক্ষণৰ হেতু প্রতিশ্রুতিবদ্ধ হোৱাৰ লক্ষ্যৰে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিব।
01/08/2024
আমাৰ সংগ্ৰাম তথা সফলতাৰ কিছু মুহূৰ্ত ৷ যোৱা কিছুদিন ধৰি আমি ভঙাগড়ৰ পথ ব্যৱসায়ী সকল বৰ দুবিধাত পৰিছিলো ৷ কাৰণ Eviction তথা উচ্ছেদৰ ৷ কিন্ত সকলোৱে ঐক্যবদ্ধ ভাবে যি যুজ দিলে তিৰ পৰিণতি সফল সমাপ্তি
29/07/2024
Some meetings for our motivation
14/04/2024
অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ এই ক্ষণত সকলোকে শুভেচ্ছা তথা ওলগ জনালোঁ ৷
Greetings on Eid-ul-Fitr!
May this devine occasion imbibe peace and harmony amongst all and spread health and happiness.
Eid Mubarak 🌙
30/11/2023
25 YEARS OF NASVI
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Telephone
Website
Address
Guwahati
781005
