আজি বিশ্ব পৰিবেশ দিৱস। সমগ্র বিশ্বত উদযাপন কৰা হৈছে।
পৃথিৱীত জীৱন ৰক্ষাৰ বাবে সজাগতা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৫ জুন তাৰিখে এই দিৱস পালন কৰা হয়।
PIB in Assam
Official Page of Press Information Bureau, Guwahati; under the Ministry of I&B, Government of India
04/06/2026
মেঘালয়ৰ শ্বিলঙত উত্তৰ-পূব পৰিষদৰ ৭৩সংখ্যক পূৰ্ণাংগ বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
মোদী চৰকাৰৰ দিনত ১২খনতকৈও অধিক শান্তি চুক্তিৰ ফলত শান্তি আহিছে উত্তৰ-পূবলৈ; আন্তঃগাঁথনি আৰু ৰে’ল-পথ-আকাশী যোগাযোগে হ্ৰাস কৰিছে অন্তৰৰ দূৰত্ব
'এক্ট ইষ্ট', 'এক্ট ফাৰ্ষ্ট' আৰু 'এক্ট ফাষ্ট ' নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ 'পূৰ্বোদয়'ৰ লক্ষ্য সাকাৰ হৈ উঠিছে; এসময়ত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা উত্তৰ-পূব আজি সুযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে
উত্তৰ-পূবৰ বিকাশ, সমৃদ্ধি আৰু সাংস্কৃতিক পৰিচয়ক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠিত উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শসমূহ এশ শতাংশই কাৰ্যকৰী কৰাৰ আহ্বান
সবিশেষ: https://www.pib.gov.in/PressReleasePage.aspx?PRID=2269092®=48&lang=2
Amit Shah Press Information Bureau Kerala DDNews Assamese CMO Assam
03/06/2026
দিল্লী-এনচিআৰ অঞ্চলত পুৰণি ট্ৰাক আৰু বাছ সলনি কৰাৰ বাবে এনচিআৰপিবিক সহায় আগবঢ়োৱা আঁচনিখনত কেবিনেটৰ অনুমোদন
সবিশেষ: https://pib.gov.in/PressReleasePage.aspx?PRID=2268415®=3&lang=2
PMO India DDNews Assamese Press Information Bureau - PIB, Government of India
03/06/2026
মধ্যপ্ৰদেশৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ হিৱাৰখেড়ি-ৰোশনি-আছাপুৰ-ৰুধি খণ্ডৰ বৰ্তমানৰ মধ্যমীয়া খণ্ডৰ পথছোৱা ১২৫.০১ কিলোমিটাৰ পথৰ সৈতে দ্বৈত পথলৈ উন্নীতকৰণ আৰু ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ দেশগাঁও-জুলৱানিয়া খণ্ডৰ বৰ্তমানৰ দ্বৈত পথছোৱা ফ’ৰলেনলৈ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
৪,৪১৫.৬০ কোটি টকাৰে নিৰ্মাণ হ’ব মুঠ ২৩৩.৬৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ
সবিশেষ: https://pib.gov.in/PressReleasePage.aspx?PRID=2268443®=3&lang=2
PMO India Press Information Bureau - PIB, Government of India DDNews Assamese
03/06/2026
ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ (২টা পেকেজত মুঠ ১,৬৩,১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় ঘাইপথৰ অংশ) ওড়িশাত হাইব্ৰিড বাৰ্ষিক পদ্ধতিত নতুন উপকূলীয় ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
সবিশেষ: https://pib.gov.in/PressReleasePage.aspx?PRID=2268457®=3&lang=2
PMO India Press Information Bureau - PIB, Government of India DDNews Assamese
02/06/2026
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই অসমৰ মুগা ৰেচমৰ বাবে “মিছন চেনেহজৰী”ৰ শুভাৰম্ভণি কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগীৰ বাস্তৱ ৰূপ “মিছন চেনেহজৰী” — অসমৰ সোণালী ৰেচমক বিশ্বমানৰ বিলাসী ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ লক্ষ্য
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্বমানৰ প্ৰিমিয়াম মুগা ৰেচম আৰু বিলাসী বস্ত্ৰ মূল্য শৃংখলাৰ কেন্দ্ৰস্থল হিচাপে আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে
সবিশেষ:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2268178®=3&lang=1
Press Information Bureau - PIB, Government of India Ministry of Information & Broadcasting, Government of India DDNews Assamese Ministry of Development of North Eastern Region, Government of India
02/06/2026
ৱেভছ অ’টিটিত ব্যৱহাৰকাৰীৰ সংখ্যা ১ কোটি অতিক্ৰম, ভাৰতৰ জনসেৱামূলক ডিজিটেল মিডিয়া পৰিৱেশত শক্তিশালী ভেটি স্থাপন
২৪,০০০ বিষয়বস্তু আৰু ১৪০টা লাইভ চেনেললৈ বিনামূলীয়া প্ৰৱেশাধিকাৰৰ সৈতে ৱেভছ অ’টিটি ভাৰতৰ সৰ্বাধিক বৈচিত্ৰ্যপূৰ্ণ জনসেৱামূলক ষ্ট্ৰীমিং গন্তব্যস্থল হিচাপে পৰিগণিত হৈছে
সবিশেষ:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2268132®=3&lang=1
Press Information Bureau - PIB, Government of India Ministry of Information & Broadcasting, Government of India DDNews Assamese
02/06/2026
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৫ প্ৰদান কৰিব
ইয়াৰ পূৰ্বে ২০২৫ৰ ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিটা বিশেষ শ্ৰেণীৰ অধীনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫ প্ৰদান কৰিছিল। ২০২৬ৰ ৩ জুনৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫ৰ বাকী শ্ৰেণীবোৰ সামৰি লোৱা হ’ব
সবিশেষ: https://www.pib.gov.in/PressReleasePage.aspx?PRID=2267933®=3&lang=2
Ministry of Panchayati Raj, Government of India Press Information Bureau - PIB, Government of India DDNews Assamese Ministry of Information & Broadcasting, Government of India
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Website
Address
Press Information Bureau Soochna Bhawan, Doordarshan Complex, RG Baruah Road, Guwahati 781024
Guwahati
781003
