Protiddhoni -Experience the rhythm of Assamese folk music.

Protiddhoni -Experience the rhythm of Assamese folk music.

Share

For Live Shows,CONTACT- 8453827722, 7002848495

"PROTIDDHONI"
The generation's folk culture devotee, Chiranjeeb Kashyap, had a dream to showcase the cultural heritage, cultural music, exotic instruments of The Northeast India at the world's court.

08/03/2026

মাটিৰ গোন্ধ মিশ্ৰিত আমাৰ কৌটিকলীয়া লোকগীত-মাত-বাদ্যক এক অভিনৱ ৰূপেৰে সজাই বিশাল জনমানসৰ হৃদয়ত স্থাপন কৰাৰ উদ্দেশ্যে প্ৰতিধ্বনিৰ এইয়া এক সাংস্কৃতিক যাত্ৰা ইতিমধ্যে #প্ৰতিধ্বনি" য়ে ৭ টা বছৰ অতিক্ৰম কৰিছে। অসমৰ ৰাইজৰ বাবে আকৌ ন ৰূপত সজাই অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিক সাঙুৰি সুসজ্জিত ৰূপত এক সাংস্কৃতিক বিপ্লৱ কৰাৰ উদ্দেশ্যেৰে আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিব লৈছোঁ। সেয়ে সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ একান্তই কামনা কৰিছো। যোগাযোগৰ বাবে - 8453827722--9101464522-8638756951

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Guwahati
781007