আজি চুনচলি হাইস্কুল, চেক্টৰ ১ ত "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত
Padmini Baruah
#প্ৰকৃতি
Prakriti SEWA Mancha
Nature care service
"বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত "পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতি"ৰ সভাপতি দিলিপ তাৰো ডাঙৰীয়াৰ জৰিয়তে মধুৰিআমৰ পুলি ৰোপন কৰা হয়, যাতে চৰাই-চিৰিকটিৰ খাদ্যৰ অভাৱ কিছু পৰিমাণে হলেও পূৰণ কৰিব পৰা যায়।
Himanta Biswa Sarma
Diplu Ranjan Sarma
Dilip Taro
"বিশ্ব পৰিৱেশ দিৱস"ৰ লগত সংগতি ৰাখি "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত ShristiNagar, Guwahati ৰ কৰ্মচাৰী স্বপ্নীল মাধৱ দাস'ৰ জৰিয়তে গুৱাহাটী মহানগৰ খনক "Purple City" হিচাপে গঢ়ি তোলা চৰকাৰী পদক্ষেপক সমৰ্থন জনাই চুনচালী হাইস্কুলত এজাৰ গছৰ পুলি ৰোপন কৰা হয়।
Himanta Biswa Sarma
Diplu Ranjan Sarma
Mrigen Sarania (Mayor), Guwahati Municipal Corporation
Swapnil Madhov Das
"বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ তথা সাপ্তাহিক কাকত "প্ৰাগজ্যোতিষ" ৰ পৰিচালন সম্পাদক শ্ৰদ্ধাৰ খগেন শইকীয়া দেৱৰ জৰিয়তে বৃক্ষ ৰোপন।
Himanta Biswa Sarma
Diplu Ranjan Sarma
আজি ৫ জুন,২০২৬ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকৃতি সেৱা মঞ্চৰ বিশেষ কাৰ্যসূচী 🌴🪴🌵🙏🏻
"বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে চুনচালী হাইস্কুল আৰু চুনচালী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত অনুষ্ঠিত কৰা "ভৱিষ্যতে বায়ুমণ্ডলৰ ওপৰত প্ৰকৃতিৰ অনুপ্ৰেৰণা" বিষযৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্য.....
Padmini Baruah
Swapnil Madhov Das
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Bamunimoidam, Kamrup (M)
Guwahati
781021
